- ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। নতুন বছৰটোৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত আনন্দ আৰু পোহৰৰ উৎস।
- ৰঙালীৰ ৰঙেৰে উপচি পৰক সকলোৰে দেহ-মন; সেই কামনাৰে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ যাচিলোঁ।
- হেঁপাহৰ ৰঙালীৰ ওলগ জনালোঁ। ৰঙালীৰ প্ৰাকক্ষণত আপোনাৰ মংগল কামনা কৰিলোঁ।
- ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। ৰঙালীৰ দৰেই ৰঙীন হওক আপোনাৰ জীৱন।
- ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এই উৎসৱে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈ কঢ়িয়াই আনক সুখ-সম্প্ৰীতি আৰু আশাৰ বতৰা।
- অসমীয়া বাপতিসাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছোঁ। লগতে অসমীয়া নতুন বছৰটো যাতে সুখ-শান্তিৰে পাৰ হয়, তাৰে কামনা কৰিলোঁ।
- আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
- এই ব’হাগ বিহুৱে কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ আনন্দ আৰু উল্লাস। ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।
- বসন্তৰ উৎসৱ ৰঙালীয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে মনবোৰ সমৃদ্ধ কৰি তোলক। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।
- ৰঙালীৰ ৰঙেৰে আগন্তুক দিনবোৰ ৰঙীন হৈ পৰক, তাৰেই কামনাৰে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ব’হাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
- আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱটোৱে আপোনাক যথেষ্ট আনন্দ আৰু সফলতা আনি দিয়ক।
- আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এই বিহুৱে আপোনাৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি আনক, তাৰেই কামনা কৰিলোঁ।
- আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবৰ্ষৰ শুভকামনা যাচিলোঁ। ব’হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ অন্তহীন প্ৰেৰণা।
- ৰঙালী বিহুৰ এই পবিত্ৰ দিনত সৃষ্টিকৰ্তাৰ আশীৰ্বাদে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ জীৱন সুখেৰে উপচাই ৰাখক।
- বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালোঁ। এই বিহুৱে আপোনালৈ কঢ়িয়াই আনক ঐক্য আৰু সম্প্ৰীতিৰ বতৰা।
- ৰঙালীৰ আগমনে সকলোৰে জীৱনৰ দুখ-বিষাদসমূহ আঁতৰ কৰি কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱটোৱে আপোনাৰ জীৱনলৈ আনন্দ আৰু সফলতা কঢ়িয়াই আনক।
- নতুন সূৰ্য, নতুন প্ৰাণ, নতুন সুৰ, নতুন গান, নতুন পোহৰ, নতুন প্ৰভাত—নতুন বছৰটো হওক সুন্দৰ। শেষ হওক বিষাদ, শুভ হওক নৱবৰ্ষ। আপোনাৰ পৰিয়াললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
- প্ৰতি পাহি কপৌ ফুলৰ সুগন্ধিয়ে প্ৰেম আৰু প্ৰতিজনী কুলিৰ মাতে আনন্দ কঢ়িয়াওক। প্ৰতি টোপাল বৰষুণে আশা আৰু প্ৰতিজাক বতাহে সুখৰ বতৰা আনি আপোনালৈ কঢ়িয়াই আনক ৰঙালীৰ এসাগৰ সপোন। তাৰে কামনাৰে সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
- বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালোঁ। এই বিহুৱে কঢ়িয়াই আনক ঐক্য আৰু সম্প্ৰীতিৰ বতৰা। আপোনালৈ অসমীয়াৰ আয়ুসৰেখা ব’হাগ বিহুৰ আৰু নৱবৰ্ষৰ প্ৰীতিভৰা শুভকামনা।
- আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ যাচিলোঁ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক অভিনন্দন তথা অফুৰন্ত শুভকামনা।
- বসন্তৰ আগমনত, কুলিৰ মাতত, ঢোলৰ চাপত আৰু পেঁপাৰ লহৰত কপৌ ফুলৰ সুগন্ধিৰে আপোনাৰ জীৱন ৰাঙলী হৈ পৰক। ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
- ৰঙালী বিহুৰ শুভক্ষণে আপোনাৰ জীৱন ৰঙীন কৰি তোলক আৰু আপোনাৰ আগন্তুক দিনবোৰ শুভ হওক। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ।
- কুলিৰ শুৱলা মাতে আৰু কপৌ-তগৰৰ সুগন্ধিয়ে আমাৰ অসমী আইৰ প্ৰাকৃতিক শোভা দুগুণ কৰাৰ দৰে, এই বিহুৱে আপোনাৰ জীৱনলৈও সৌন্দৰ্য কঢ়িয়াই আনক। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
- আনন্দ আৰু সম্প্ৰীতিৰে ভৰপূৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আপোনালৈ জনালোঁ।
- অসমীয়া নৱবৰ্ষৰ প্ৰতিটো পলে আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু আশাৰ বতৰা। আগন্তুক দিনবোৰ ৰঙালীৰ দৰেই ৰঙীন হওক।
- ৰঙালীৰ আগমনে আপোনাৰ জীৱনৰ দুখ-বিষাদ আঁতৰাই সুখ-শান্তি আৰু সমৃদ্ধি আনক। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জনালোঁ।
- আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱটোৱে আপোনাক যথেষ্ট আনন্দ আৰু সফলতা প্ৰদান কৰক।
- আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হওক সুখ-শান্তিৰে পৰিপূৰ্ণ
- আপোনাৰ পৰিয়ালৰ জীৱনলৈ আনন্দ আৰু সম্প্ৰীতিৰ বতৰা লৈ আহক এই ৰঙালী বিহু। সকলোৰে মন প্ৰেমেৰে উপচি পৰক।